utterance_id
stringlengths
17
18
text
stringlengths
1
313
audio
audioduration (s)
2
29.7
KaInDe_utt00000004
অ, good evening প্ৰতাপ কোৱা
KaInDe_utt00000005
ভালে আছে ?
KaInDe_utt00000006
হয়, মই ভালে আছো আৰু তোমাৰ কোৱা
KaInDe_utt00000007
ময়ো ভালে আছো একদম ধুনীয়া ধুনীয়া
KaInDe_utt00000010
এতিয়া বৰ্তমানতো বাৰু মই এনে ৰাস্তাৰফালে অলপ খোজকাঢ়িব ওলাই আহিছো তোমাৰ khana pina খোৱা হ'ল মানে
KaInDe_utt00000012
to অলপ মানে ৰাস্তাৰফালে বতাহতো অলপ বলি আছে ঠাণ্ডা বতাহ line তো মানে current আমাৰফালে নাইতো
KaInDe_utt00000016
অলপ তোমাৰ ৰাস্তাৰফালে অলপ খোজকাঢ়ি আহো অলপ ফুৰি আহো বুলি ভাবিছো আৰু তাকেই ওলাছো
KaInDe_utt00000017
নাই নাই ফুৰিব লাগে ফুৰিব লাগে
KaInDe_utt00000018
আৰু কোৱা
KaInDe_utt00000019
মই ধুনীয়াকে আছো ময়ো~ ময়ো আপোনাৰ নিচিনাই ময়ো ৰাস্তাৰফালে ওলাই ফুৰি আছো আৰু
KaInDe_utt00000030
মই মানে অলপ আগত TV চাই আছিলো haa
KaInDe_utt00000032
ইয়াৰপিছত TV তো চালো তাৰপিছত কি হ'ল মোৰ মানে আম~ আমাৰ TV তো কি হ'ল achanak blind হৈ গ'ল blind মানে আপোনাৰ কি হ'ল এই যে
KaInDe_utt00000034
অ, বন্ধ হোৱা নাই মানে আহে যে
KaInDe_utt00000036
display তোৰ ওপৰত মানে display তো গ'ল ছাগে মোৰ মতে colouring আহি গল মানে অ কি কই আপোনাৰ draw line উম যিটো line line আহে অ সেই line তো আহি গ'ল ভাবিছো মানে display তো গ'ল নেকি
KaInDe_utt00000037
মানে অলপ আগতে মই চাই আছিলো মানে এনে কিবাকিবি চাই আছিলো news চিউজ অলপ অলপ মানে news তো অলপ আৰু কি দিছে to মায়ে কই মায়ে ক'লে serial তো লগাওক চোন বাৰু serial তো অ অলপমান serial তো ই start হ'ব অলপমান বাকি মানে line গ'ল
KaInDe_utt00000040
মানে colour~ colouring হৈ ওপৰলৈ display তো উম display তো গ'ল ছাগে
KaInDe_utt00000042
to মই ভাবিছো মানে এতিয়া যে আমাৰ এইটো যিটো technology এই technology তো মানে কেনেকুৱা ধৰণৰ যাতে যে এতিয়া মই মানে চাই পাইছো যে display তোৰ ওপৰত মানে display তো নাইতো একো নাই মানে
KaInDe_utt00000048
আজিকালি technology বুলি কোৱা বস্তুতো এনেকুৱা ধৰণৰ
KaInDe_utt00000050
অহ্, মানে আজিৰ পৰা প্ৰায় অ ধৰা না যেতিয়া আমি class six seven ত পঢ়ি আছিলো
KaInDe_utt00000052
তেতিয়া অ আমি প্ৰায়ে উম অ আমি মানে তে যেতিয়া মানে আজি চবে তোমাৰ ধৰা না সাত আঠ বছৰ আগত যেতিয়া আমি সৰু আছিলো তেতিয়া আমি
KaInDe_utt00000053
চিন্তা কৰি আছিলো যে সেইটো বস্তু সম্ভৱ সেইটো বস্তু কেতিয়াও হ'ব নোৱাৰে হয় নে নহয়
KaInDe_utt00000055
যে নহয় আকাশত কি হয় আকাশত মানে কেনেকুৱা বস্তু এটা উলমিব পাৰিব তাৰপিছত কেনেকুৱা আমি এটা মানুহক অ এটা মানুহৰ লগত আনতো মানুহৰ সৈতে দূৰত থাকি কথা-বতৰা পাতিছো video calling ত এটা মানুহে আনজন মানুহৰ অ চেহেৰা চাই পেলাই কথা পাতিব পাৰিব
KaInDe_utt00000057
to এইটো কিন্তু পঢ়া সময়ত অসম্ভৱ যেন লাগি আছিলে কিন্তু বৰ্তমান সময়ত যেতিয়া আমি ডাঙৰ-দীঘল হ'লো তেতিয়া আমাৰ অলপ অ brain তো অলপ matured হ'ল
KaInDe_utt00000058
তেতিয়া যেতিয়া ‌ হ'লো so এতিয়া এইবোৰ কথা চিন্তা কৰিলে এনেকুৱা লাগে যে মানে অ এই পৃথিৱীখনত মানে
KaInDe_utt00000061
হয় গোটেইখিনি ing কাম সম্ভৱ হ'ব to সেইটোৰ কাৰণে বৰ্তমান technology য়ে তুমি যিটো ক'লা TV ৰ কথা
KaInDe_utt00000063
মানে হয় technology মানে এনেকুৱা এটা গতিত মানে আগবাঢ়ি আছে বৰ্তমান সময়ত so মই কি ভাবো অ মানে অ মোৰ এটা আছে যে technology এটা সময়ত এনেকুৱা হ'ব যে
KaInDe_utt00000064
য'ত নেকি অ মানুহৰ প্ৰয়োজন নহ'ব বুজিলা
KaInDe_utt00000066
মোক তেনেকুৱা লাগে মোক তেনেকুৱা লাগে technology য়ে technology ক যিহেতু মানুহেই বনাই কিন্তু এসময়ত technology অ ইমানেই আগবাঢ়িব যে সেইটো যিটো ঠাইত আজি ধৰা অ
KaInDe_utt00000067
চাৰিজন বা পাঁচজন মানুহ প্ৰয়োজন হৈ আছে বৰ্তমান সময়ত আজিৰ পৰা তুমি দহ বছৰ পিছত চাবা আৰু যদি তুমি আৰু মই থাকিম তেতিয়াহ'লে দহবছৰ পিছত সেই চাৰি পাঁচ জন মানুহৰ ঠাইত তোমাৰ দুজন বা এজন মানুহে লাগিব প্ৰয়োজন
KaInDe_utt00000068
মানে এইটো কি কৰিছে আমাৰ নিবনুৱা মানে আমাৰ এই যিটো job less বুলি কই নিবনুৱা সেইটোৰ সমস্যাতোক বঢ়াই আছে কাৰণ এতিয়া আমি এই কিবা বস্তু বনাওতে বা কিবা কৰোতে
KaInDe_utt00000069
worker যিটো ঠাইত পাঁচটা লাগিছিল বা দহটা লাগিছিল haa তেতিয়া
KaInDe_utt00000073
মানে হাজিৰা লগাই দহ দিনত মই পুখুৰীতো খান্দি আছিলো এতিয়া
KaInDe_utt00000077
এতিয়া মানে পই অ আপোনাৰ সময়তো বেছি short কে হয় মানে সোনকালে কৰি দিয়ে JCB য়ে কিন্তু আমাৰ যে সেই যে মই দহটা মানুহৰ যে দিন হাজিৰা আছিল বা মোৰ
KaInDe_utt00000080
মানে ভাল অ ভাল ন~ নোহোৱা নহয় বহুতে ভাল হৈছে technology হৈ বহুতে ভাল হৈছে এতিয়া যিটো সময়ত বহুত দেৰিকে লাগিছিলে এইটো মানে এতিয়া কেতিয়া অ এইটো দিশত নহয় এই আন দিশতো সুবিধা হৈছে
KaInDe_utt00000081
এতিয়া ক'ৰবাত কিবা পৰি গ'ল সোনকালে উঠাই ল'ব লাগে JCB বহুত ধুনীয়াকে কাম কৰি যায় যিটো মানুহে দহ দিনত কৰিব সেইদিনাখনলৈকে মানে বহুত দেৰি হ'ব এইটো JCB য়ে সোনকালে কৰি দিয়ে
KaInDe_utt00000082
কিন্তু আমাৰ technology য়ে আমাক কি কৰিছে কেইখনমান মানে যিবিলাক কৰ্মচাৰী মানুহ আছিল বা factory worker বিলাক আছিল এতিয়া machine বিলাক উলিয়াই দহটা মানুহৰ ঠাইত দুটা থয়
KaInDe_utt00000087
কিন্তু আমাৰ মানুহবিলাকৰ কেক অ মানে কেইবাটাও মানুহৰ আপোনাৰ কৰ্ম উম কৰ্ম শেষ কৰি পেলালে ঘৰ মানে বেলেগ কিবা কৰিবলগীয়া হ'ল এনেকুৱাই যিবিলাক মানুহে এতিয়া
KaInDe_utt00000088
আপোনাৰ কি কই এই factory ত worker হিচাপে কাম কৰিছিল বা এইটো যে তে~ ঠেলা গাড়ীত লৈ গৈছিল আৰু তাৰপাই ইয়াৰ পৰা বস্তু এই তাত পৰে পেলাইছিল
KaInDe_utt00000089
এতিয়া factory ত যে আপোনাৰ belt দি দিয়ে belt এতিয়া নিজে automatic চলি থকা belt অকল মানে দুইজন কৰা মানুহ বা তিনিজন কৰা ঠাইত এজনে লাগে অকল এজন এক~ এটা ঠাইত থিয় হয়
KaInDe_utt00000092
হয় নে নাই পৰি যায় ক'ৰবাত মানে এতিয়া কি হৈছে মানে এনেকুৱাত আমাৰ technology ঠিকে আছে মানে worker worker ৰৰ কি কৰিছে এটা সময়ত ছাগে এনেকুৱা হ'ব যে মানুহেই নালাগে automatic হ'ব AI robot ৰ দ্বাৰা
KaInDe_utt00000095
হয় মানে অ নিশ্চয়কৈ ধৰা বৰ্তমান সময়ত technology য়ে যিটো দ্ৰুত গতিত আগবাঢ়ি আছে
KaInDe_utt00000101
তেতিয়াহ'লে আমাৰ আ মা আগত এটায়ে চিন্তাৰ কথাতো অ প্ৰতিলক্ষিত হয় যে আমি মানে অ এতিয়া উদাহৰণ বা আমি example হিচাপে ক'ব গ'লে জাপান
KaInDe_utt00000107
হয় হয় to সেইটো সময়ত গোটেই বিশ্বই মানে কৈছিল যে জাপান আৰু উন্নতিৰ দিশত আগবাঢ়িব কেতিয়াও নোৱাৰিব কিন্তু
KaInDe_utt00000108
নাই নাই এতিয়াতো number one ত জাপানে হৈ আছে
KaInDe_utt00000109
হয় এতিয়া industry হওক technology হওক এই গোটেইখিনি ক্ষেত্ৰত জাপান এতিয়া number one
KaInDe_utt00000112
এইটোৰ কাৰণে মানে basically মই তোমাক কথাতো অ সেইটোয়ে ক'ব বিচাৰো প্ৰকাশ যে বৰ্তমান সময়ত technology যদি দেশ এখনত
KaInDe_utt00000113
যদি দেশ এখনত উন্নতি হয় technology যদি দেশ এখনত মানে অ পৰিবৰ্তন যদি হয় তেতিয়াহ'লে কি হয় দেশ এখন automatic মানে অ তোমাৰ অ উন্নতিৰ দিশত আগবাঢ়ি যায়
KaInDe_utt00000115
হয় to উন্নতিৰ দিশত আগবাঢ়ি যায়
KaInDe_utt00000118
সশস্ত্ৰ সীমাবল যেনেকা দি আছে CRPF ,ইণ্ডিয়ান army এইবোৰকো বৰ্তমান technology ৰ অ জৰিয়তে মানে ধৰা অ বৰ্তমান অ technology ৰ কাৰণে বৰ্তমান ইণ্ডিয়ান army হওক বা ভাৰতীয় সেনা হওক
KaInDe_utt00000119
অ, তোমাৰ অ বিশ্ৱৰ ভিতৰত দ্বিতীয় ইস্থান পাবলৈ সক্ষম হৈছে
KaInDe_utt00000122
সকলোখিনিতে অৱদান আগবঢ়াইছে এতিয়া তুমি চাবা এতিয়া যিটো আমাৰ যিজন আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া তেওঁৰ
KaInDe_utt00000124
bullet proof গাড়ী হয় বুজিছানে নাই bullet proof তাত তুমি পৰমাণুৰ অ missile দি আক্ৰমণ কৰিলেও সেই গাড়ীতো অ একো নহয় মানে ক্ষতি নহয় বা সেই গাড়ীৰ ভিতৰত অ থকা ব্যক্তিজন অ ব্যক্তিজনৰ একো ক্ষতি নহয় সেই গাড়ীৰ
KaInDe_utt00000125
ভিতৰত ইমান মানে ধৰা facility আছে
KaInDe_utt00000129
আপোনা~ আপোনাৰ কথামতে ঠিকে আছে আপুনি ধুনীয়া কথা কৈছে আমাৰ technology তাৰপৰা আমাৰ khatra ওতো আছে এতিয়া ধৰিলওক আমাৰ উম ব পাৰমাণৱিক missile বোৰ বনাইছে হয়নে নাই প্ৰত্যেক দেশতে মানে বহুত কেইখন দেশত আমাৰ তাত
KaInDe_utt00000130
মানে পাৰমাণৱিক missile আছে আমাৰ পাকিস্তানৰ তাতো আছে হয়নে নাই
KaInDe_utt00000132
তে এতিয়া কি হয় এইবিলাকৰ পৰাতো আমাৰ যিমান generation আছে বা অহা generation আছে গোটেইবোৰৰ কাৰণেতো এইটো danger হয়
KaInDe_utt00000135
এতিয়া বাংলাদেশ বেলেগকে আছে পাকিস্তান বেলেগকে আছে কেতিয়াবা কিবা কাৰণত বা আমাৰ অ যিজন পাকিস্তানৰ প্ৰধানমন্ত্ৰী হয় বা
KaInDe_utt00000136
অ, কি উম মানে যিজন মুৰব্বী হয় সেইজন যদি অলপ কে থাকে বা অলপ short কে থাকে short কে মানে আপোনাৰ এইটো যে মানে যি কৰিব ইচ্ছা কৰিব পাৰে এনেকুৱা যদি থাকে
KaInDe_utt00000140
যিবিলাক গ অ একো দোষে নাই মানুহৰ এতিয়া আমিবোৰ সাধাৰণ মানুহ হয় নে নহয়
KaInDe_utt00000142
এতিয়া আমি army ৰ লগত বা আমাৰ লগত একো contact নাই আমাৰ যদি এইখন অ ৰাজ্য বা ঠাইত missile খন আহি পৰে নষ্ট কাৰ হ'ব আমাৰ বেছিভাগ হ'ব
KaInDe_utt00000146
বা কিবা এতিয়াও মই news ত মানে বহুত দিনৰ আগত চাইছিলো যে তাতে জন্ম হোৱা পোৱালিৰ মূৰতো মানে আপোনাৰ যিটো মূৰতো সেইটো ডাঙৰকে হৈছিলে
KaInDe_utt00000148
মানে normal পোৱালিৰ নিচিনা নাছিলে সেইবিলাক কিহৰ কাৰণে আহে সেইটো সেইটোৰ কাৰণে হৈছে ছাগে মোৰমতে দেই
KaInDe_utt00000149
হয় মানে এই technology এটা এনেকুৱা বস্তু
KaInDe_utt00000151
যাৰ তোমাৰ অ positive side ও আছে আৰু negative side ও আছে
KaInDe_utt00000154
হয় হয় to আমি মানে সদায় তাৰ যিটো positive side ন
KaInDe_utt00000160
হয় কিয়নো ধৰা technology অ হ'ল এটা এনেকুৱা বস্তু যিটো বস্তুয়ে নেকি দেশ এখনক মানে আগুৱাই লৈ যায় বা দেশ এখনক আগলৈ যোৱাত মানে বহুত সহায় কৰে so technology ক
KaInDe_utt00000165
CCTV ত তোমাৰ অ মানে আজিকালি CCTV অ~ অ~ অহাৰ কাৰণে কিমান সুবিধা হৈছে যে ঘৰত কোনোবা মানুহ নাথাকিলেও CCTV তো মোৰ মানুহে অ চলি থাকে তাৰপিছত যদি ঘৰত কোনোবা মানুহ সোমাই বা office চফিচ CCTV bank বোৰত
KaInDe_utt00000167
যদি অ bank তে হওক meeting তে হওক
KaInDe_utt00000168
মানে আপোনাৰ চুৰৰ হাৰ কমি পৰিছে
KaInDe_utt00000169
হয় হয় মানে চুৰৰ হাৰতো কমি পৰিছে মানে ধৰক তেনেকুৱা মানুহে অ মানে বহুতফালেদি মানে মানুহ active হৈছে ন
KaInDe_utt00000173
এইটোৰ কাৰণে তোমাৰ অ technology ক মানে আমি আঁকোৱালি ল'ব লাগে কিন্তু সদায় positive দিশ চালে আমি তাৰপিছত আমি সদায় মানে সেইটোয়ে চেষ্টা কৰিব লাগে
KaInDe_utt00000174
অ, যে তোমাৰ অ মানে আমাৰ যিটো technology আছে সেইটোয়ে যাতে আমাৰ সমাজ অ খনক কেনেকুৱা এটা প্ৰভাৱ অ পেলাইছে বা আমাৰ সমাজখনক কিধৰণে অ অৱদান এটা দিছে
KaInDe_utt00000177
এই এই দেশবোৰ আগবাঢ়িছে কিয় সেইবোৰত technology তো ধুনীয়া এইবোৰত technology বহুত আগবঢ়া
KaInDe_utt00000179
দেশবোৰ আগবাঢ়িছে নহ'লেতো এইদেশবোৰ আগবঢ়াৰ কোনো কাৰণে নাই ন কিয়নো এইবোৰ দেশৰ লগত আগৰে পৰা technology ৰ যিটো knowledge সেইটো আছে যে তেওঁলোকৰ লগত আগতে
KaInDe_utt00000181
সেইটোকাৰণে অ মানে তেওঁলোকৰ সেই দেশবোৰ আগবাঢ়িছে কিয়নো technology অবিহনে এখন দেশখন কেতিয়াও আগবাঢ়িব নোৱাৰে হয় নে নহয়
KaInDe_utt00000183
মানে এটা কথা দেই আপোনাৰ এইটো এতিয়া আপোনাৰ চাইনা বা জাপানৰ দেশৰ মানুহবিলাকৰ discipline বহুত
KaInDe_utt00000185
মানে সিহঁতে কেনেকুৱা হৈ পৰিছে যে আমাক এতিয়া ৰুচ আৰু ইউক্ৰিয়ন যুদ্ধ হৈ আছিল অলপ দিনৰ আগত একবছৰ যদি যুদ্ধ হ'ল
KaInDe_utt00000187
এতিয়া শেষে হৈছে নে নাই হোৱা গম নাপাওঁ অ ইমান ভালকে
KaInDe_utt00000188
এতিয়া বৰ্তমানত তেওঁলোকৰ মাজত এটা যুদ্ধ বাক্ বিৰোধী মানে চলি আছে বাৰু
KaInDe_utt00000189
হয় হয় কিন্তু এতিয়া চাওক ৰুচে এতিয়া ৰুচক অ ৰুচক আপোনাৰ আমেৰিকাই বেয়া পায়
KaInDe_utt00000191
মানে বহুত দেশে মানে ‌ আমেৰিকাৰ লগত লগ হৈ এতিয়া বেয়া পাই এতিয়া এইবিলাক দেশে আমেৰিকাৰ মানে পক্ষ লৈছে ঠিক আছে
KaInDe_utt00000195
ইয়াৰ তাত মানে আপোনাৰ second মানে second এই অ সংখ্যাতো পাৰমাণৱিক bomb থৈছে
KaInDe_utt00000207
হয় এইটোৰ কাৰণে আমি positive হ'ব লাগে আপুনি technology ৰ সদায় সৎ ব্যৱহাৰ কৰিব লাগে
KaInDe_utt00000209
ভাইটি-ভণ্টিসকলক বেছি mobile use কৰিব দিব নালগে
KaInDe_utt00000212
কামতে তেওঁলোকক mobile phone আমি use কৰিব দিব লাগে
KaInDe_utt00000214
to তাকে আৰু অ ইমান মই মানে অ তোমাৰ লগত কথা বাতৰাতো মানে সমাপ্ত কৰিছো
KaInDe_utt00000225
ঔ অ' শুন তই কালি phone কৰিছিল ন' মই তোক call back কৰা নহ'ল ৰে
KaInDe_utt00000226
অ ইমানবাৰ তোক phone কৰিলোঁ receive কৰা নাই মই ভাবিলো কি হল বা তোৰ
KaInDe_utt00000227
অ নাই মোৰ পিছত কিবা অলপ কাম ওলাই গল নহয়
KaInDe_utt00000229
আমাৰ মানে আজিৰ মানে ককাৰ মানে বছৰিকীয়া আছিল ন
KaInDe_utt00000231
তও সেনেকেই অলপ এই বামুন মাতি কিবা কিবি কৰা গল আৰু
KaInDe_utt00000234
নদীৰ কোন ফালে
KaInDe_utt00000235
ভৰলু ঘাটত photo উঠিব
KaInDe_utt00000236
এ যাব পাৰি কিন্তু এতিয়া চোন হেৰী হব কি কয় বতাহ চতাহ দি বেমাৰ হে হব যেন পাইছোঁ
KaInDe_utt00000240
এ কি যবি এতিয়া মানে বৰষুণ দি আছে ন' লেতেৰাই হৈ আছে
KaInDe_utt00000242
সেইটোও হয় আৰু পানিও বাঢ়ি আছে ন' বৰষুণ দিয়াই
KaInDe_utt00000243
অ' দুৰ্গা পূঁজাও গল নহয় মূৰ্তিবিলাক গোটেই তাতে ডুবাইছে
KaInDe_utt00000246
ওম ওম ওম, এটা কাম কৰোঁ নহলে আজি নাজাও বেলেগ এদিন যাম হ'ব মোৰ মানে ইমান মন যাই আছে নদীৰ ওচৰত যাব কাৰণে
KaInDe_utt00000249
নাজাও আৰু তাৰ মানে চা না মানুহবিলাকে ইমান কি কি পেলায় কিনে সব লেতেৰা চেতাৰ কৰি দি থৈছে চাগে
KaInDe_utt00000252
অ' আৰু কিয় মনত নাই সেইবাৰ যে আমি বিয়াৰ যে পানী তুলিব যে গৈছিলো
README.md exists but content is empty. Use the Edit dataset card button to edit it.
Downloads last month
58
Edit dataset card