pranavagrawal/Language-Identification
Text Classification
•
Updated
•
9
text
stringlengths 1
2.59k
⌀ | language
stringclasses 10
values |
---|---|
কাৰাবন্দীৰ পৰা গৃহবন্দী হৈ উভতিল আং ছান ছু কী | Assamese |
চীন কোৰিয়া ইণ্ডোনেছিয়াৰ পৰা আমদানি কৰা অপটিকেল ফাইবাৰৰ ওপৰত আৰোপ এণ্টি ডাম্পিং শুল্ক | Assamese |
গ্ৰেপ্তাৰ হল ইমৰান খানদুৰ্নীতিৰ গোচৰত তিনিবছৰৰ বাবে কাৰাগাৰলৈ নিক্ষেপ | Assamese |
এইবাৰ পাকিস্তানৰ যুৱকৰ সৈতে বিয়াত বহিল দুই সন্তানৰ মাতৃ ভাৰতীয় মহিলা | Assamese |
নিষেধাজ্ঞা নেওচি ভাৰতলৈ নেপালৰ বিলাহীঘোচ লৈ চাকৰি হেৰুৱালে বিষয়াই | Assamese |
পলাই আহি ভাৰতীয় হিন্দু যুৱকেৰে বিবাহ পাকিস্তানী গৃহিণীৰ মন্দিৰত ৰকেট লাঞ্চাৰেৰে আক্ৰমণ | Assamese |
নেপালৰ মাউণ্ট এভাৰেষ্টৰ সমীপত দুৰ্ঘটনাগ্ৰস্ত হেলিকপ্টাৰ ৫ বিদেশী যাত্ৰীসহ ৬ জনৰ মৃত্যু | Assamese |
ধনৰ বিনিময়ত পাক আই এছ আইক সেনাৰ গোপন তথ্য সৰবৰাহ গ্ৰেপ্তাৰ হল এক যুৱক | Assamese |
ভিছাৰ ম্যাদ উকলি যোৱাৰ পিছতো ভাৰতত ডিটেনচন চেণ্টাৰলৈ প্ৰেৰণ দুই চীনা নাগৰিকক | Assamese |
চীনৰ কিণ্ডাৰগাৰ্টেনত ছুৰীৰে আক্ৰমণ যুৱকৰ তিনি শিশুসহ নিহত ৬ জন লোক | Assamese |
বাৰ্বিকিউ ৰেস্তোঁৰাত চিলিণ্ডাৰ বিস্ফোৰণ হৈ নিহত ৩১ জনকৈ লোক | Assamese |
টানত পৰি বান্দৰ নাচে টাইৱানক লৈ হঠাতে বিপৰীত সুৰ আমেৰিকাৰ | Assamese |
সীতাৰ জন্মস্থানক লৈ আপত্তি আদিপুৰুষ নিষিদ্ধ কৰাৰ দাবী প্ৰদৰ্শনী বাতিল নেপালত | Assamese |
কৰিমগঞ্জৰ পৰা গোৱালপাৰালৈ স্থানান্তৰিত কৰা হৈছে ২৩জন বাংলাদেশী নাগৰিকক | Assamese |
ভাৰতীয় সেনা প্ৰধানৰ সৈতে বৈঠক বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ | Assamese |
চাঞ্চল্যকৰ হাতত ৰাইফল লৈ মেঘালয়ত প্ৰৱেশ দুই বাংলাদেশী সেনা জোৱানৰ | Assamese |
বেইজিং বিমানবন্দৰত মেছিক আটক কৰিলে চীনৰ আৰক্ষীয়ে কিন্তু কিয় চাওক ভিডিঅ | Assamese |
তিক্ত সম্পৰ্ক এমাহৰ ভিতৰত শেষ ভাৰতীয় সাংবাদিকজনেও এৰিব লাগিব চীন নিৰ্দেশ বেইজিঙৰ | Assamese |
যুদ্ধ কৰিবলৈ অস্বীকাৰ সেনাবাহিনী এৰি পলায়ন কৰিছে হাজাৰ হাজাৰ সৈনিকে | Assamese |
চীনৰ আজৱ কাণ্ড ৩২ হাজাৰ ফুট দ গাঁত খান্দিছে চীনেকিন্তু কিয় | Assamese |
পাকিস্তানত আৰক্ষী থানাত বিস্ফোৰণ১২ গৰাকী আৰক্ষী নিহত | Assamese |
মণিপুৰৰ বিদ্ৰোহী সংগঠনৰ ওপৰত আকাশ মাৰ্গেৰে নজৰ ৰাখিছে সেনাৰ চোৰাংচোৱাই | Assamese |
লাইভ ষ্ট্ৰীমিংত একেৰাহে ৭ বটল চাইনা ভডকা পান প্ৰাণ গল ছচিয়েল মিডিয়া ইনফ্লুয়েন্সাৰৰ | Assamese |
ভাৰত মহাসাগৰত ডুবা চীনৰ জাহাজত আছিল ৩৯ জন লোক সহায়ৰ বাবে ভাৰতে পঠিয়ালে যুদ্ধবিমান | Assamese |
ভাল নে বেয়া খবৰ চীনক অতিক্ৰম কৰি বিশ্বৰ সৰ্বাধিক জনবহুল দেশ হিচাপে পৰিগণিত ভাৰত | Assamese |
চীনক চিনাই টান নিউয়ৰ্কতো চীনৰ গোপন আৰক্ষী থানা দুজন এজেণ্টক গ্ৰেপ্তাৰ | Assamese |
বান্দৰ আমদানি কৰি কি কৰিব চীনে শ্ৰীলংকাৰ পৰা ১ লাখ বিপন্ন প্ৰজাতিৰ বান্দৰ ক্ৰয় ব্যক্তিগত সংস্থাৰ | Assamese |
ম্যানমাৰত হত্যাযজ্ঞ সামৰিক জুন্টা বাহিনীৰ বিমান আক্ৰমণত নিহত কমেও ১০০জন লোক | Assamese |
শিং জোকাৰিছে চীনে অমিত শ্বাহৰ অৰুণাচল ভ্ৰমণ সাৰ্বভৌমত্বত ভাৰতৰ হস্তক্ষেপ অভিযোগ বেইজিঙৰ | Assamese |
আমাৰ মাটি কোনেও কাঢ়ি নিব নোৱাৰেচীনক লক্ষ্য কৰি অৰুণাচলত অমিত শ্বাহৰ হুংকাৰ | Assamese |
বাংলাদেশৰ ৰাজধানীৰ বংগবাজাৰত ভয়ংকৰ অগ্নিকাণ্ড জুই নিয়ন্ত্ৰণত নামিছে ৫০খন অগ্নিনিৰ্বাপক গাড়ী | Assamese |
সীমান্তত উচটনিয়েই নহয় আৰু কীৰ্তি শত্ৰু চীনৰ এইবাৰ সলাই পেলালে অৰুণাচলৰ ১১ টা স্থানৰ নাম | Assamese |
চীন কোন নিচিনে টাইৱানে হাতত আমেৰিকাৰ এণ্টি টেংক গাইডেড মিছাইল মাতে কোনে | Assamese |
চীনৰ সকীয়নি সত্ত্বেও চলিত সপ্তাহতে টাইৱানৰ ৰাষ্ট্ৰপতিৰ সৈতে বৈঠক আমেৰিকাৰ স্পীকাৰৰ | Assamese |
শিক্ষাৰ্থীক প্ৰেমৰোমাঞ্চ কৰাৰ বাবে এসপ্তাহৰ ছুটী চীনৰ কলেজৰ হঠাৎ কিয় এই সিদ্ধান্ত | Assamese |
অশান্ত ম্যানমাৰত সামৰিক জুন্টা চৰকাৰে ভংগ কৰিলে চু কীৰ দল নেচনেল লীগ ফৰ ডেমক্ৰেচী | Assamese |
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত চীন আৰু বাংলাদেশৰ অৰ্থনৈতিক বিকাশ প্ৰক্ৰিয়া সম্পৰ্কে বক্তৃতানুষ্ঠান | Assamese |
অশনি সংকেত চীনৰ সতৰ্কবাণীৰ মাজতে নিউয়ৰ্কত উপস্থিত টাইৱানৰ ৰাষ্ট্ৰপতি | Assamese |
এবছৰতকৈও অধিক সময়ৰ পিছত চীনলৈ উভতিছে চৰকাৰৰ ৰোষত পৰা আলিবাবাৰ প্ৰতিষ্ঠাতা জেক মা | Assamese |
ডোকলাম সন্দৰ্ভত ভূটানৰ মন্তব্যত উদ্বিগ্নতা বৃদ্ধি ভাৰতৰ কি কৈছিল প্ৰধানমন্ত্ৰী লোটে শ্বেৰিঙে | Assamese |
ডিজিটেল সুৰক্ষা আইনৰ অধীনত গ্ৰেপ্তাৰ বাংলাদেশী অভিনেত্ৰী মাহিয়া মাহী | Assamese |
যুদ্ধৰ উচটনি দক্ষিণ চীন সাগৰত আমেৰিকাৰ যুদ্ধজাহাজ কঠোৰ সকীয়নি চীনৰ | Assamese |
ভূমিকম্পই কঁপাই তুলিলে আফগানিস্তানভাৰততো অনুভূত কম্পন | Assamese |
মাজ আকাশত কথমপি সংঘৰ্ষত পতিত হোৱাৰ পৰা ৰক্ষা এয়াৰ ইণ্ডিয়া আৰু নেপাল এয়াৰলাইনছৰ বিমান | Assamese |
অস্ত্ৰোপচাৰৰ সময়ত পেটৰ পৰা বাহিৰ হল সুৰাৰ বটল দেখি চকু কপালত উঠিল চিকিৎসকৰ | Assamese |
অশান্ত ম্যানমাৰৰ বৌদ্ধ মন্দিৰত তিনিজন বৌদ্ধ ভিক্ষুসহ ২২ জন লোকক গুলীয়াই হত্যা | Assamese |
ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হৈয়ে চীনৰ প্ৰধানমন্ত্ৰীৰ পৰিৱৰ্তন ঘটালে জিনপিঙে | Assamese |
চীনৰ সীমান্ত আন্তঃগাঁথনি উন্নয়ন দ্ৰুত গতিত অব্যাহত আছেজেনেৰেল মনোজ পাণ্ডে | Assamese |
ক্ৰমাগত তৃতীয়বাৰলৈ চীনৰ ৰাষ্ট্ৰপতি পদত ছি জিনপিং | Assamese |
নেপালৰ নতুন ৰাষ্ট্ৰপতি হিচাপে নিযুক্ত ৰামচন্দ্ৰ পৌডেল | Assamese |
উপপ্ৰধানমন্ত্ৰীকে ধৰি ৪ মন্ত্ৰীৰ পদত্যাগ নেপালৰ পুষ্প কমল দাহলৰ মিত্ৰজোঁট চৰকাৰৰ সংকট | Assamese |
বাংলাদেশৰ ৰোহিংগীয়া শিৱিৰত বিধ্বংসী অগ্নিকাণ্ড জ্বলি ভস্মীভূত হল প্ৰায় ২০০০ ঘৰ | Assamese |
আফগানিস্তানলৈ পুনৰ ২০ হাজাৰ মেট্ৰিক টন ঘেঁহু সাহায্য ভাৰতৰ | Assamese |
অবৈধভাৱে বসবাসৰ অভিযোগ মহাৰাষ্ট্ৰত ১৮ জন বাংলাদেশীক গ্ৰেপ্তাৰ | Assamese |
চীনে কানাডাৰ নিৰ্বাচনত হস্তক্ষেপ কৰিবলৈচেষ্টা কৰাৰ অভিযোগ দেশখনৰ প্ৰধানমন্ত্ৰী ট্ৰুডোৰ | Assamese |
ডিজিটেল ষ্ট্ৰাইক চীনৰ সৈতে সম্পৰ্কৰ অভিযোগত ২০০তকৈও অধিক এপ নিষিদ্ধ কৰিলে কেন্দ্ৰই | Assamese |
চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ নতুন ৰাষ্ট্ৰপতি হব চাহাবুদ্দিন চুপ্পু | Assamese |
জনসংখ্যা হ্ৰাসক লৈ চিন্তিত চৰকাৰ শিক্ষাৰ্থীসকলক শুক্ৰাণু দান কৰিবলৈ আহ্বান চীনৰ | Assamese |
ম্যানমাৰৰ ৩৭ খন চহৰত বলবৎ কৰা হৈছে সামৰিক আইন | Assamese |
দুবছৰৰ ভিতৰতেই চীনৰ সৈতে যুদ্ধআমেৰিকাৰ বায়ু সেনাৰ জেনেৰেলৰ কথাত বিশ্বজুৰি আলোড়ন | Assamese |
উদ্দেশ্য বৈঠক১২ বছৰৰ পিছত ভাৰত ভ্ৰমণলৈ আমন্ত্ৰণ পাকিস্তানৰ বৈদেশিক মন্ত্ৰীক | Assamese |
চীনত এসপ্তাহত ১৩ হাজাৰ কোনা ৰোগীৰ মৃত্যু | Assamese |
চীনক ৰঙা চকু দেখুৱাই ভাৰতৰ প্ৰলয় এইবাৰ উত্তৰপূবৰ চীন সীমান্তত বায়ু সেনাৰ অনুশীলনৰ প্ৰস্তুতি | Assamese |
এছিয়াৰ ছুপাৰ পাৱাৰ ৰঙা চীনক পিছ পেলাব ভাৰতে ২০২৩ বৰ্ষতে চীনক অতিক্ৰমি শীৰ্ষলৈ ভাৰত | Assamese |
বিদ্ৰোহী সংগঠনৰ আক্ৰমণত নিহত ৬০ জন সেনা জোৱান | Assamese |
ভয়ংকৰ দুৰ্ঘটনাত পতিত নেপালৰ পৰা স্বদেশ অভিমুখী তীৰ্থযাত্ৰী কঢ়িওৱা বাছআহত কেইবাগৰাকীও | Assamese |
ধোঁৱা চাঙত আত্মনিৰ্ভৰ ভাৰত বৃদ্ধি পাইছে চীনৰ পৰা পণ্য সামগ্ৰী আমদানিৰ হাৰ | Assamese |
পাইলট স্বামীৰ দৰেই ১৬ বছৰ পিছত বিমান দুৰ্ঘটনাত মৃত্যুক আকোৱালি ললে পাইলট পত্নীয়ে | Assamese |
উৰাজাহাজত আকৌ মাৰপিট ভিডিঅ ভাইৰেল | Assamese |
দুই চেকেণ্ডতে মুখৰ হাঁহি পৰিণত হল মৰণকাতৰ চিঞৰলৈ যাত্ৰীৰ মবাইলত উদ্ধাৰ নেপাল বিমান দুৰ্ঘটনাৰ ভিডিঅ | Assamese |
ম্যানমাৰৰ কাৰাগাৰত সংঘৰ্ষনিহত এজন আহত ৬০জনৰো অধিকপলাই গল প্ৰায় ৭০ জন কাৰাবন্দী | Assamese |
বিপদে এৰা নাই লগ ইমৰান খানলৈ গ্ৰেপ্তাৰী পাৰোৱানা নিৰ্বাচন আয়োগৰ | Assamese |
বায়ু প্ৰতিৰক্ষা সহযোগিতা বৃদ্ধিৰ লক্ষ্যজাপানৰ সৈতে যৌথ বিমান অনুশীলন বীৰ গাৰ্ডিয়ান ২০২৩ত ভাগ লব ভাৰতে | Assamese |
ভয়ংকৰ দুৰ্ঘটনা৬৮ জন যাত্ৰীক লৈ ৰানৱেত ভাঙি পৰিল বিমান ৪০জনৰ মৃতদেহ উদ্ধাৰ | Assamese |
চীনৰ ভাবুকি টাৱাং সীমান্তত বিশেষ ৰকেট বাহিনী নিৰ্মাণ কৰিব ভাৰতে আহি আছে ১২০ টা প্ৰলয় | Assamese |
মাজ সাগৰত ডুবিল নৌকা ১৮০ জন যাত্ৰীৰ মৃত্যুৰ আশংকা | Assamese |
দুৰ্নীতিৰ অভিযোগত আৰু ৭ বছৰৰ কাৰাদণ্ড আং চান চ্যু কীক ৩৩ বছৰলৈ বৃদ্ধি পালে কাৰাদণ্ডৰ ম্যাদ | Assamese |
টাৱাঙ সীমান্তৰ সংঘৰ্ষৰ পিছতে মুখ খুলিছে চীনে কি কলে চীনে | Assamese |
তৃতীয়বাৰৰ বাবে নেপালৰ প্ৰধানমন্ত্ৰী হব মাওবাদী নেতা প্ৰচণ্ড ভাৰতৰ বাবে চিন্তাৰ কাৰণ | Assamese |
সতৰ্কতা জৰুৰী চীনৰ পৰা উভতি অহা যুৱকৰ দেহত কৰোনাৰ নতুন ছাবভেৰিয়েন্ট বিএফ.৭ | Assamese |
আং চান চ্যু কীৰ মুক্তিৰ পক্ষত ৰাষ্ট্ৰসংঘৰ ভোটৰ পৰা বিৰত থাকিল ভাৰত | Assamese |
অমিক্ৰন চাবভেৰিয়েণ্টৰ প্ৰকোপত দিশহাৰা চীন এদিনতে আক্ৰান্ত ৩কোটি ৭০ লাখ লোক | Assamese |
সংযমী বেটিং শ্ৰেয়াসঅশ্বিনৰ মিৰপুৰ টেষ্টত বাংলাদেশক পৰাজিত কৰি ২০ত শৃংখলা দখল ভাৰতৰ | Assamese |
শোভৰাজক ফ্ৰান্সলৈ প্ৰেৰণ কৰিলে নেপালে চিৰিয়েল কিলাৰ ওপৰত ১০ বছৰৰ নিষেধাজ্ঞা | Assamese |
চীনত বিএফ.৭ৰ আতংক দৈনিক ১০লাখ সংক্ৰমণ ৫হাজাৰ মৃত্যু প্ৰতিবেদনকলৈ চাঞ্চল্য | Assamese |
পতঞ্জলিৰ ঔষধ বন্ধ কৰি দিলে নেপাল ঔষধ নিয়ন্ত্ৰক কৰ্তৃপক্ষই | Assamese |
স্পিনাৰৰ আধিপত্য প্ৰথম টেষ্টত বাংলাদেশৰ বিৰুদ্ধে ভাৰতৰ সহজ জয় একেৰাহে ১০ টেষ্ট জিকাৰ অভিলেখ | Assamese |
কৰোনাই নেৰে নতুন বছৰত চীনত কৰোনাত মৃত্যু হব পাৰে ১০ লাখ লোকৰ গৱেষকৰ আশংকা | Assamese |
ভাৰতে পৰীক্ষামূলকভাবে নিক্ষেপ কৰিলে পাৰমাণৱিক বোমা কঢ়িয়াই নিব পৰা আন্তঃমহাদেশীয় বেলিষ্টিক মিছাইল | Assamese |
টাৱাঙত ৯ ডিচেম্বৰত কি ঘটিছিল সংসদত জনালে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে | Assamese |
অৰুণাচল সীমান্তত চীনা সৈন্যৰ সৈতে পুনৰ সংঘৰ্ষআহত কেইবাগৰাকীও | Assamese |
ভাৰতৰ সৈতে ঘনিষ্ঠতা একেবাৰে সহ্য কৰা নহব ভূটানক কঠোৰ সকীয়নি চীনৰ | Assamese |
বিচাৰিলেই অদৃশ্য হব পাৰিব আপুনি চীনত আৱিস্কাৰ নিজকে ভেনিছ কৰা জেকেট | Assamese |
ফুটবল খেলাৰ মাজতে প্ৰচণ্ড মাৰপিট :আহত অৰ্ধ শতাধিক | Assamese |
বিৰোধীক দমনৰ নিকৃষ্ট পন্থা সাতজন শিক্ষাৰ্থীক মৃত্যুদণ্ড দিলে ম্যানমাৰৰ সামৰিক জুন্টা চৰকাৰে | Assamese |
সংকটমোচক নেতা চীনৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জিয়াং জেমিনৰ ৯৬ বছৰ বয়সত মৃত্যু | Assamese |
কৰ্মীৰ প্ৰতিবাদৰ বাবে চীনৰ পৰা আঁতৰিব এপলৰ কাৰখানা ভাৰতৰ পিনে দৃষ্টি সংস্থাটোৰ | Assamese |
সাৱধান চীনে বৃদ্ধি কৰিছে পাৰমাণৱিক অস্ত্ৰৰ ভাণ্ডাৰ | Assamese |
চীনে ইন্ধন সুৰক্ষাৰ ক্ষেত্ৰত ৰাছিয়াৰ সৈতে গভীৰ সম্পৰ্ক গঢ়ি তুলিবজি জিনপিং | Assamese |
চীনত লকডাউনৰ বিৰোধী প্ৰতিবাদকাৰীৰ বিৰুদ্ধে অধিক কঠোৰ হৈছে প্ৰশাসন | Assamese |
No dataset card yet
New: Create and edit this dataset card directly on the website!
Contribute a Dataset Card